মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Drive Against Child Marriage : দৰঙত বাল্য বিবাহৰ লগত জড়িত ৪২জনক গ্ৰেপ্তাৰ, শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব কাজি–পুৰোহিত

Assam Drive Against Child Marriage : দৰঙত বাল্য বিবাহৰ লগত জড়িত ৪২জনক গ্ৰেপ্তাৰ, শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব কাজি–পুৰোহিত

দৰা–কইনাক সহযোগিতা কৰা সকলকো ৰেহাই দিয়া নহ’ব বুলিও কয় তেওঁ।

দৰা–কইনাক সহযোগিতা কৰা সকলকো ৰেহাই দিয়া নহ’ব বুলিও কয় তেওঁ।

দৰা–কইনাক সহযোগিতা কৰা সকলকো ৰেহাই দিয়া নহ’ব বুলিও কয় তেওঁ।

  • Share this:
বাল্যবিবাহ সন্দৰ্ভত দৰং জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল। দৰঙত এতিয়ালৈ ৪২জন লোকক আটক কৰা হৈছে। পূৰ্বৰে পৰা দৰঙত ১২৫টা গোচৰ ৰুজু হৈ আছিল বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। কিছু সংখ্যক বৰ্তমানেও পলাতক যদিও অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনায় দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই।

লগতে দৰা–কইনাক সহযোগিতা কৰা সকলকো ৰেহাই দিয়া নহ’ব বুলিও কয় তেওঁ। কাজি–পুৰোহিতৰ বিৰুদ্ধেও অভিযোগ আছে আৰু পৰৱৰ্তী সময়ত কিছু সংখ্যক কাজি আৰু পুৰোহিতকো আটক কৰিব।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৪২ৰ গৰাকীৰ ভিতৰত ২১গৰাকী অভিভাৱক। আনফালে স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছত গৰ্ভৱতী মহিলা আহি উপস্থিত হয় মঙলদৈ থানাত।

শেহতীয়া বাতৰি