মুখ্যপৃষ্ঠা »খবৰ »অসম »Viral Video : নাযাবা নাযাবা অ’ প্ৰাণৰ স্বামী..., ছচিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’

Viral Video : নাযাবা নাযাবা অ’ প্ৰাণৰ স্বামী..., ছচিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’

ভিডিঅ’টোৰ কেপচনত লিখা হৈছে – ‘নিভাঁজ প্ৰেমৰ পৰিণাম এয়া’। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’।

ভিডিঅ’টোৰ কেপচনত লিখা হৈছে – ‘নিভাঁজ প্ৰেমৰ পৰিণাম এয়া’। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’।

  • Share this:
ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam drive against child marriage)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলা অভিযানত গ্ৰেপ্তাৰ হ’ল শ শ লোক। বাল্য বিবাহ কৰোৱা, বাল্য বিবাহত সহায় কৰা বা জড়িত থকা লোক, বাল্য বিবাহ কৰোৱা লোকৰ পৰিয়াল, কাজি–পুৰোহিত পৰিছে আৰক্ষীৰ জালত। যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

কিন্তু ইয়াৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন মীম–ভিডিঅ’ (Viral Video)। এজন ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত বহু লোকে এখন গাড়ীত উঠি থকা দেখা গৈছে। কোনো স্থানত বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত এই লোকসকলক আটক কৰা বুলি ধাৰণা কৰা হৈছে এই ভিডিঅ’টোত। অৱশ্যে এয়া নিশ্চিত নহয়।

আৰু পঢ়ক : গ্ৰেপ্তাৰ হোৱাৰ ভয় শুকুৰ আলীৰ! ছচিয়েল মিডিয়াত লিখিলে – মোক কোনেও যাতে সন্দেহ নকৰে...!



ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত লগাই দিয়া হৈছে নাগাৰা নামৰ এটা অডিঅ’ ক্লিপ। নাগাৰা নামৰ জনপ্ৰিয় শিল্পী কৈলাশ তালুকদাৰৰ কণ্ঠত শুনা গৈছে – ‘নাযাবা নাযাবা অ’ প্ৰাণৰ স্বামী...’।

লগতে ভিডিঅ’টোৰ কেপচনত লিখা হৈছে – ‘নিভাঁজ প্ৰেমৰ পৰিণাম এয়া’। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’।

(Disclaimer : News18 অসমে এই ভাইৰেল ভিডিঅ’ৰ সত্যতা নিৰূপণ নকৰে।)

শেহতীয়া বাতৰি