৯ আগষ্টত অসম পাবহি বিহাৰত বন্দী অসমৰ নৃত্যশিল্পীৰ দল, বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই অভিযুক্তক

অসম আৰক্ষীৰ দলে শিল্পীৰ দলটোক জিম্মাত লৈ ইতিমধ্যে ৰে’লযোগে অসম অভিমুখে ৰাওনা হৈছে।

News18-Assam
Updated:August 8, 2019, 3:34 PM IST
৯ আগষ্টত অসম পাবহি বিহাৰত বন্দী অসমৰ নৃত্যশিল্পীৰ দল, বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই অভিযুক্তক
অসম আৰক্ষীৰ দলে শিল্পীৰ দলটোক জিম্মাত লৈ ইতিমধ্যে ৰে’লযোগে অসম অভিমুখে ৰাওনা হৈছে।
News18-Assam
Updated: August 8, 2019, 3:34 PM IST
ঋত্বিক কৌশিক : আজি গুৱাহাটীলৈ ৰাওনা হৈছে বিহাৰত বন্দী হৈ থকা ১১ জনীয়া নৃত্যশিল্পীৰ দলটো ৷ ৯ আগষ্টত গুৱাহাটী পাবহি দলটো৷ বিহাৰ আৰক্ষীক অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য দিয়াৰ পিছতে বিহাৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত ৰাজু পেৰেল আৰু সবিতা বৰেলিক৷ অসম আৰক্ষীৰ দলটোৱে শিল্পীৰ দলটোক জিম্মাত লৈ ইতিমধ্যে ৰে’লযোগে অসম অভিমুখে ৰাওনা হৈছে।

অভিযুক্ত ৰাজু পেৰেল আৰু সবিতা বৰেলি
আৰু চাওক পৰৱৰ্তী বাতৰি