ছত্তিশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হ’ল সৰুপেটাৰ ভাৰেগাঁৱৰ দিলীপ কুমাৰ দাস
ছত্তিশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হ’ল সৰুপেটাৰ ভাৰেগাঁৱৰ দিলীপ কুমাৰ দাস
ছত্তিশগড়ত নক্সালবাদীৰ নাৰকীয় আক্ৰমণত শ্বহীদ হ’ল অসমৰ আৰু এগৰাকী বীৰ জোৱান। দুধনৈৰ বাবলু ৰাভাৰ লগতে শ্বহীদ হ’ল সৰুপেটাৰ CRPFৰ পৰিদৰ্শক দিলীপ কুমাৰ দাস।
শনিবাৰে ছত্তিশগড়ৰ তাৰৰেমত সংঘটিত ভয়ংকৰ নক্সাল আক্ৰমণত শ্বহীদ হয় সৰুপেটাৰ ভাৰেগাঁৱৰ জোৱান দিলীপ কুমাৰ দাস।
নিজৰ গাঁৱত অতি অমায়িক, শান্ত আৰু মৰমীয়াল দিলীপ কুমামৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোৰ লোকক শোকাকুল কৰি তুলিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|