ৰাজ্যত ১০০০ৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্তৰ সংখ্যাই, নতুনকৈ ৮৯ জন হ’ল চিনাক্ত

News18 Assam | News18-Assam
Updated:May 29, 2020, 10:05 PM IST
ৰাজ্যত ১০০০ৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্তৰ সংখ্যাই, নতুনকৈ ৮৯ জন হ’ল চিনাক্ত
নতুনকৈ কোৰোণাত আক্ৰান্ত হ’ল ৮৯ জন

নতুনকৈ কোৰোণাত আক্ৰান্ত হ’ল ৮৯ জন

  • Share this:
ৰাজ্যত প্ৰত্যাশিত ভাবেই ১০০০ৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্তৰ সংখ্যাই। নতুনকৈ কোৰোণাত আক্ৰান্ত হ’ল ৮৯ জন। এই কথা টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত ৩০ জন কামৰূপৰ, ১৭জন তিনিচুকীয়াৰ, ১৪ জন গুৱাহাটীৰ, ১৪ জন ধুবুৰীৰ, ১০ জন কাছাৰৰ আৰু ৪ জন ধেমাজিৰ।
First published: May 29, 2020, 10:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading