• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: মঙলবাৰে ৰাজ্যত ক'ভিড-১৯ত আক্ৰান্ত ১০ জন লোক, ইয়াৰে ৮জন কামৰূপ জিলাৰ ...

Covid-19 in Assam: মঙলবাৰে ৰাজ্যত ক'ভিড-১৯ত আক্ৰান্ত ১০ জন লোক, ইয়াৰে ৮জন কামৰূপ জিলাৰ ...

বিগত কেইবাদিনো ধৰি দেশৰ বিভিন্ন ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত মঙলবাৰে অসমতো ১০ জন লোক ক'ভিড আক্ৰান্ত হয়।

  • Share this:
বিগত কেইবাদিনো ধৰি দেশৰ বিভিন্ন ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত মঙলবাৰে অসমতো ১০ জন লোক ক'ভিড আক্ৰান্ত হয়। সম্প্ৰতি ৰাজ্যখনত ক'ভিডৰ সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে ৩৩।

মঙলবাৰে আক্ৰান্তসকলৰ ৮ জন হৈছে কামৰূপ জিলাৰ। এজন কামৰূপ মহানগৰ জিলাৰ আৰু আনজন বঙাইগাঁও জিলাৰ। আজি ৪৩২ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ১০ জন লোকৰ দেহত ধৰা পৰে ক'ভিডৰ অৱস্থিতি।
Published by:Kokil Sarma
First published: