
Covid-19 in Assam: মঙলবাৰে ৰাজ্যখনৰ ৬৮ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৫৭ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
Covid-19 in Assam: মঙলবাৰে ৰাজ্যখনৰ ৬৮ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৫৭ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে Covid-19ত আক্ৰান্তৰ সংখ্যা। মঙলবাৰে ৰাজ্যখনৰ ৬৮ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। ইয়াৰে ৫৭ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
বিগত ২৪ ঘণ্টাত ৯০২ জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৭.৫৪ শতাংশ। ৰাজ্যখনত সম্প্ৰতি এক্টিভ কেছ হৈছে ৩৬২। আজি আক্ৰান্তসকলৰ ৬জন কামৰূপ জিলাৰ হোৱাৰ বিপৰীতে গোৱালপাৰা, হোজাই, যোৰহাট, নগাঁও আৰু নলবাৰী জিলাৰ এজনকৈ লোক আক্ৰান্ত হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|