উপ নিৰ্বাচনত ৪টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে (Congress)। মাজুলী সমষ্টিতো অসম জাতীয় পৰিষদক (AJP) এৰি দিয়াৰ সম্ভাৱনা। ৰাইজৰ দলকো এৰি দিলে এটা সমষ্টি। এই ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনোৱা মতে ৬ টা সমষ্টিৰ ৪ টা সমষ্টিত দলে প্ৰাৰ্থী দিব। ইয়াৰ পূৰ্বে কংগ্ৰেছে অকলেই নিৰ্বাচন বুলি কৈ আছিল যদিও উপ নিৰ্বাচনৰ প্ৰাকক্ষণত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে APCCৰ সভাপতিগৰাকীয়ে। লগতে এই সন্দৰ্ভত দল দুটাৰ সৈতে আলোচনা চলি থকা বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ অজাপ আৰু ৰাইজৰ দলৰ সৈতে এই মিত্ৰতাই ভৱিষ্যতে কংগ্ৰেছ দলক কেনেদৰে সহায় কৰে সেয়া লক্ষণীয় হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|