দিল্লীৰ AIIMSত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে AIIMS ত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

News18-Assam
Updated:August 19, 2019, 9:40 PM IST
দিল্লীৰ AIIMSত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে AIIMS ত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল
News18-Assam
Updated: August 19, 2019, 9:40 PM IST
দিল্লীৰ AIIMSত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে এইমছত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। জেটলীৰ পৰিয়ালকো সাক্ষাত্‍ কৰিব সোণোৱালে।



প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য এতিয়া ক্ৰমাৎ জটিল হৈ পৰিছে। বৰ্তমান দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা  অৰুণ জেটলীক চিকিৎসকে দেওবাৰে ICU ৰ পৰা ECMO লৈ স্থানান্তৰ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি