
File Photo
পৰৱৰ্তী নিৰ্বাচনত ছিপাঝাৰ, বৰছলা, লামডিং সমষ্টি দখলৰ লক্ষ্য একাংশৰ, ২০৫০ চনৰ ভিতৰত শাসনভাৰ লোৱাৰ পৰিকল্পনা। পিছে কোন তেওঁলোক সেয়া স্পষ্টকৈ নকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma)। মুখ্যমন্ত্ৰীয়ে কয়- গৰুখুঁটিৰ ৬০ শতাংশ লোকৰ নাম নাই NRCত।
সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট একাংশৰ, ২০২৬ চনৰ ভিতৰত জনগাঁথনি পৰিৱৰ্তনৰ লক্ষ্য। পৰৱৰ্তী নিৰ্বাচনত ছিপাঝাৰ, বৰছলা, লামডিং সমষ্টি দখলৰ লক্ষ্য, ২০৫০ চনৰ ভিতৰত শাসনভাৰ লোৱাৰ পৰিকল্পনা। পিছে কোন তেওঁলোক সেয়া স্পষ্টকৈ নকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma)।
গৰুখুঁটিৰ ৬০ শতাংশ লোকৰ নাম নাই NRCত, নাই ভোটাধিকাৰ। তেওঁলোকক কোনো কাৰণতে মাটি দিয়া নহ'ব। গৰুখুঁটিৰ ৬০ শতাংশ দখলকাৰী বাঘবৰ, দলগাঁৱৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাকী প্ৰকৃততে পাবলগীয়াসকলে ৬ বিঘাকৈ মাটি পাব বুলি উল্লেখ কৰে শৰ্মাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|