বাইক চলালে দুই আৰোহীৰ থাকিব লাগিব হেলমেট ৷ দুজন লোকৰ হেলমেট অবিহনে চলাব নোৱাৰিব বাহন ৷ কঠোৰ ৰাজ্যৰ পৰিবহন মন্ত্ৰীৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় প্ৰথমে ৰাজ্যত হ্ৰাস কৰিব লাগিব দুৰ্ঘটনা তথা দুৰ্ঘটনাত প্ৰাণনাশৰ ঘটনা ৷ ৰাজ্যত অধিক বাইক আৰোহীয়ে পৰিধান নকৰা লোকৰ সংখ্যা ৷ সংবাদ মাধ্যমৰ লোকসকলক মুখ্যমন্ত্ৰীৰ শৰ্মাৰ আহ্বান ইতিবাচক ভাৱে ভূমিকা লওক আপোনালোকে ৷ জনসাধাৰণক জড়িমণা বিহি কোনো মাছুল সংগ্ৰহ আমাৰ উদ্দেশ্য নহয় ৷কিন্তু এক মহৎ উদ্দেশ্য হাতত লৈ আৰম্ভ হৈছে এই কাৰ্য্যসূচী বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷ উল্লেখ্য যে অহা ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত কোনো স্থানত হ'ব নোৱাৰিব দুৰ্ঘটনা ৷ তাৰবাবে প্ৰতিগৰাকী বাইক আৰোহীক হেলমেট পৰিধান কৰাৰ আহ্বান ৷