உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বাইক চলালে ২ আৰোহীৰ থাকিব লাগিব হেলমেট: কঠোৰ মুখ্যমন্ত্ৰী ! ৩১ ডিচেম্বৰৰ নিশা এজনো বাইক চালকৰ হ'ব নোৱাৰে মৃত্যু...

    বাইক চলালে ২ আৰোহীৰ থাকিব লাগিব হেলমেট: কঠোৰ মুখ্যমন্ত্ৰী ! ৩১ ডিচেম্বৰৰ নিশা এজনো বাইক চালকৰ হ'ব নোৱাৰে মৃত্যু...

    বাইক চলালে দুই আৰোহীৰ থাকিব লাগিব হেলমেট ৷ দুজন লোকৰ হেলমেট অবিহনে চলাব নোৱাৰিব বাহন ৷ কঠোৰ ৰাজ্যৰ পৰিবহন মন্ত্ৰীৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ 

    • Share this:
    বাইক চলালে দুই আৰোহীৰ থাকিব লাগিব হেলমেট ৷ দুজন লোকৰ হেলমেট অবিহনে চলাব নোৱাৰিব বাহন ৷ কঠোৰ ৰাজ্যৰ পৰিবহন মন্ত্ৰীৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয় প্ৰথমে ৰাজ্যত হ্ৰাস কৰিব লাগিব দুৰ্ঘটনা তথা দুৰ্ঘটনাত প্ৰাণনাশৰ ঘটনা ৷ ৰাজ্যত অধিক বাইক আৰোহীয়ে পৰিধান নকৰা লোকৰ সংখ্যা ৷ সংবাদ মাধ্যমৰ লোকসকলক মুখ্যমন্ত্ৰীৰ শৰ্মাৰ আহ্বান ইতিবাচক ভাৱে ভূমিকা লওক আপোনালোকে ৷ জনসাধাৰণক জড়িমণা বিহি কোনো মাছুল সংগ্ৰহ আমাৰ উদ্দেশ্য নহয় ৷কিন্তু এক মহৎ উদ্দেশ্য হাতত লৈ আৰম্ভ হৈছে এই কাৰ্য্যসূচী বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷ উল্লেখ্য যে অহা ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত কোনো স্থানত হ'ব নোৱাৰিব দুৰ্ঘটনা ৷ তাৰবাবে প্ৰতিগৰাকী বাইক আৰোহীক হেলমেট পৰিধান কৰাৰ আহ্বান ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: