• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam CM Himanta Biswa Sarma : "মোৰ অন্তৰ চুই গৈছে, পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ।" পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ কামত আৱেগিক হৈ পৰিল পিতৃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কি কৰিলে নন্দিলে?

Assam CM Himanta Biswa Sarma : "মোৰ অন্তৰ চুই গৈছে, পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ।" পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ কামত আৱেগিক হৈ পৰিল পিতৃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কি কৰিলে নন্দিলে?

মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ নন্দিলে দান দিলে নিজৰ সাঁচতীয়া ধন। ২০০০ টকা নিজৰ জমা পুঁজিৰ পৰা দিলে সাহায্য পূঁজিলৈ।

  • Share this:
পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ কামত আৱেগিক হৈ পৰিল পিতৃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুত্ৰ নন্দিলৰ কামৰ প্ৰশংসা কৰি উচ্ছাসপূৰ্ণ মন্তব্যৰে চচিয়েল মিডিয়াত পোষ্ট দিলে পিতৃ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

"মোৰ অন্তৰ চুই গৈছে, পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ" নন্দিলৰ প্ৰশংসাত এনেদৰেই লিখিলে পিতৃ হিমন্ত বিশাৱ শৰ্মাই।

ৰাজ্যত কোৰোণা মহামাৰীয়ে সৃষ্টি কৰা বিপদৰ কালত মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ নন্দিলে দান দিলে নিজৰ সাঁচতীয়া ধন। ২০০০ টকা নিজৰ জমা পুঁজিৰ পৰা মানৱ সেৱাৰ বাবে আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিলে নন্দিলে।

পুত্ৰ নন্দিলৰ এই কাৰ্যত গৌৰৱ আনুভৱ কৰি বুলি উল্লেখ কৰি পিতৃ হিমন্ত বিশ্ব শৰ্মাই নন্দিলক জনালে ধন্যবাদ।
Published by:Manjumoni Borah
First published: