কালিৰ দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা সুৰজিত তালুকদাৰৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰোঁ। তেওঁৰ লগতে আনগৰাকী নিহত ব্যক্তি সঞ্জীৱ সিঙৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰোঁ। আহতসকলৰ চিকিৎসাৰ বাবেও প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিওঁ। pic.twitter.com/d9VIaNxLoI
— Himanta Biswa Sarma (@himantabiswa) May 15, 2021
তেওঁৰ লগতে আনগৰাকী নিহত ব্যক্তি সঞ্জীৱ সিঙৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰোঁ। আহতসকলৰ চিকিৎসাৰ বাবেও প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিওঁ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|