• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Sarma Met Blast Victim Family : টিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। মুখ্যমন্ত্ৰীক কাষত পাই উচুপি উঠিল পিতৃ-মতৃ। চাওক ভিডিঅ’।

CM Sarma Met Blast Victim Family : টিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। মুখ্যমন্ত্ৰীক কাষত পাই উচুপি উঠিল পিতৃ-মতৃ। চাওক ভিডিঅ’।

নিহত সুৰজিত তালুকদাৰ আৰু সঞ্জীৱ সিঙৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহাৰ্য।

নিহত সুৰজিত তালুকদাৰ আৰু সঞ্জীৱ সিঙৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহাৰ্য।

নিহত সুৰজিত তালুকদাৰ আৰু সঞ্জীৱ সিঙৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহাৰ্য।

  • Share this:
টিংৰাই বিস্ফোৰণত নিহতৰ সুৰজিত তালুকদাৰৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে দুৰ্ভগীয়া পিতৃ-মতৃৰ কথা শুনি আৱেগিক হৈ পৰে মু্খ্যমন্ত্ৰী শৰ্মা। এই ভিডিঅ’ ছচিয়েল মিডিয়াত ছেয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published: