• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হোৱাৰ সম্ভাৱনা

হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হোৱাৰ সম্ভাৱনা

Himanta Biswa Sarma (File Photo)

Himanta Biswa Sarma (File Photo)

ভোটাৰ তালিকাত নাম আছে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ।

  • Share this:
হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হোৱাৰ সম্ভাৱনা। ১০ ডিচেম্পৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচন। অসমৰ কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে দিব পাৰিব ভোট। ভোটাৰ তালিকাত নাম আছে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ।

কোনো ৰাজ্যিক অলিম্পিক সন্থাই দিব নোৱাৰিব ভোট। হিমন্ত বিশ্ব শৰ্মাৰ ভোটাৰ তালিকাত নাম সুমুৱাইছে ভাৰতীয় বেডমিণ্টন সন্থাৰ পৰা। দেশৰ বহু ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে পৰৱৰ্তী ভাৰতীয় অলিম্পিকৰ সভাপতি হিচাপে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি