• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ বন্যাৰ্তৰ বাবে সহায়ৰ হাত ৰিলায়েন্সৰ ! সাহায্য পুঁজিৰ বাবে মুকেশ আম্বানী আৰু অনন্ত আম্বানীক ধন্যবাদ জ্ঞাপন অসমৰ মুখ্যমন্ত্ৰীৰ ...

অসমৰ বন্যাৰ্তৰ বাবে সহায়ৰ হাত ৰিলায়েন্সৰ ! সাহায্য পুঁজিৰ বাবে মুকেশ আম্বানী আৰু অনন্ত আম্বানীক ধন্যবাদ জ্ঞাপন অসমৰ মুখ্যমন্ত্ৰীৰ ...

অসমৰ বন্যাৰ্তৰ বাবে সহায়ৰ হাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ। সাহায্য পুঁজিৰ বাবে মুকেশ আম্বানী আৰু অনন্ত আম্বানীক ধন্যবাদ জ্ঞাপন অসমৰ মুখ্যমন্ত্ৰীৰ। টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে এই কথা।

  • Share this:

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২৫ কোটি টকা দান কৰি এই গুৰুত্বপূৰ্ণ সময়ত অসমৰ জনসাধাৰণৰ সৈতে থিয় দিয়াৰ বাবে শ্ৰী মুকেশ আম্বানী আৰু শ্ৰী অনন্ত আম্বানীলৈ মোৰ গভীৰ কৃতজ্ঞতা।

আমি এই ধৰণৰ ভঙ্গীৰ প্ৰশংসা কৰো। এইটোৱে আমাৰ বান সাহায্য ব্যৱস্থা বৃদ্ধিত বহু দূৰ আগবাঢ়িব।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড
Published by:Kokil Sarma
First published: