உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • "হ'বদে মা, মই চাই দিম দে।" স্বামীক হেৰুৱাই বাউলী হৈ পৰা অসহায় মহিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সান্ত্বনা।

    "হ'বদে মা, মই চাই দিম দে।" স্বামীক হেৰুৱাই বাউলী হৈ পৰা অসহায় মহিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সান্ত্বনা।

    BMCHৰ বাহিৰত কান্দি বহি আছিল এগৰাকী মহিলা। মুখ্যমন্ত্ৰীৰ পৰা আশ্ৱাস পাই কান্দোন বন্ধ হ'ল মহিলাগৰাকীৰ।

    BMCHৰ বাহিৰত কান্দি বহি আছিল এগৰাকী মহিলা। মুখ্যমন্ত্ৰীৰ পৰা আশ্ৱাস পাই কান্দোন বন্ধ হ'ল মহিলাগৰাকীৰ।

    BMCHৰ বাহিৰত কান্দি বহি আছিল এগৰাকী মহিলা। মুখ্যমন্ত্ৰীৰ পৰা আশ্ৱাস পাই কান্দোন বন্ধ হ'ল মহিলাগৰাকীৰ।

    • Share this:
    স্বামীক হেৰুৱাই বৰপেটা মেডিকেল কলেজ হাস্পতাল (BMCH)ৰ বাহিৰত কান্দি বহি আছিল এগৰাকী মহিলা। সেই সময়তে BMCHত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷

    মহিলাগৰকীক কান্দি থকা দেখি খবৰ ল'লে মুখ্যমন্ত্ৰী শৰ্মাই। অসহায় মহিলাগৰাকী আগুৱাই আহি হিমন্ত বিশ্ৱ শৰ্মাক ক'লে নিজৰ দুখৰ কথা। মহিলাগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই দিলে সান্ত্বনা- "হ'বদে মা, মই চাই দিম দে৷"

    মুখ্যমন্ত্ৰীৰ পৰা আশ্ৱাস পাই কান্দোন বন্ধ হ'ল মহিলাগৰাকীৰ। এই ঘটনাই উপস্থিত সকলোকে আৱেগিক কৰি তোলে।

    মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা। এই ভ্ৰমণৰ সময়তে ঘটে এই আকস্মিক ঘটনা।
    Published by:Manjumoni Borah
    First published: