• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam CM Himanta Biswa Sarma : মাজুলীত "ভাগিন"ৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বিশেষ এসাজ। "ভাগিন"সকলৰ আবদাৰ শুনি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Assam CM Himanta Biswa Sarma : মাজুলীত "ভাগিন"ৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বিশেষ এসাজ। "ভাগিন"সকলৰ আবদাৰ শুনি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

মাজুলীৰ আৱৰ্ত ভৱনত ৮ কিশোৰৰ সৈতে ভোজন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মাজুলীৰ আৱৰ্ত ভৱনত ৮ কিশোৰৰ সৈতে ভোজন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মাজুলীৰ আৱৰ্ত ভৱনত ৮ কিশোৰৰ সৈতে ভোজন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
মাজুলিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮ কিশোৰৰ সৈতে খালে বিশেষ এসাজ। নিৰ্বাচনৰ সময়ত এই ৮ কিশোৰক কথা দি আহিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হৈ সেই কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মাই।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আনন্দময় মূহূৰ্তৰ ছবি, ভিডিঅ’ ছেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। মাজুলীৰ আৱৰ্ত ভৱনত ৮ কিশোৰৰ সৈতে ভোজন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published: