৩০ অক্টোবৰত থাওৰা, মৰিয়নী, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁৱত অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন। ৩০ অক্টোবৰত থাওৰা, মৰিয়নী, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁৱত অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন। আজি ৰাজ্যৰ ৫টা সমষ্টিত উপ–নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। প্ৰতিটো ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ৫টা সমষ্টিত নিৰ্ণয় হ’ব ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
উল্লেখযোগ্য যে ৩০ অক্টোবৰত থাওৰা, মৰিয়নী, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁৱত অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন। পুৱা ৮ বজাৰ লগে লগে প্ৰথমে পোষ্টেল বেলটৰ গণনা আৰম্ভ হয়।
Published by: Sanjay Kumar Das
First published: November 02, 2021, 08:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|