• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam By Poll Results: তামুলপুৰত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ

Assam By Poll Results: তামুলপুৰত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ

জলেন দৈমাৰীয়ে লাভ কৰে মুঠ ৮৬,৬৭৮টা ভোট। তাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে লাভ কৰে ২৯,৬১৯টা ভোট।

  • Share this:
উপ–নিৰ্বাচনৰ ফলাফলত তামুলপুৰ সমষ্টিত বৃহৎ ব্যৱধানত জয়ী হয় ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰী। নিকটতম প্ৰতিদ্বন্দ্বী গণেশ কছাৰীক ৫৭,০৫৯টা ভোটত পৰাস্ত কৰে দৈমাৰীয়ে। জলেন দৈমাৰীয়ে লাভ কৰে মুঠ ৮৬,৬৭৮টা ভোট। তাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে লাভ কৰে ২৯,৬১৯টা ভোট। আনহাতে, তৃতীয় স্থানত থকা জিএছপিৰ ব্ৰজেন্দ্ৰ নাথ ডেকাই লাভ কৰে ১৩,৫৭৩টা ভোট। কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালে সমষ্টিটোত লাভ কৰে ৭,৭৬৩টা ভোট। সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী ৰাজকুমাৰ বড়োৱে ১,৮১৪টা ভোট লাভ কৰাৰ বিপৰীতে যশোৱন্ত চৌহানে লাভ কৰে ৩,০৩৫টা ভোট।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি