
ৰাইজৰ দলৰ সঞ্জীৱ গগৈয়ে লাভ কৰে ১৫,১৪৯ টা ভোট। অসম সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰে লাভ কৰে ১৩৬৯টা ভোট। আনহাতে NOTAত ভোট পৰে ১৫১৪টা ভোট।
ৰাইজৰ দলৰ সঞ্জীৱ গগৈয়ে লাভ কৰে ১৫,১৪৯ টা ভোট। অসম সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰে লাভ কৰে ১৩৬৯টা ভোট। আনহাতে NOTAত ভোট পৰে ১৫১৪টা ভোট।
অভিলেখ সংখ্যক ভোটত মৰিয়নী সমষ্টিত জয়ী হ’ল বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ ৪০,০১৫টা ভোটত আগবাঢ়ি থাকে ৰূপজ্যোতি কুৰ্মী। ভোটগননাৰ ১১ ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মীয়ে ভোট লাভ কৰে ৫৫,৩৩৭টা। কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰে ভোট লাভ কৰে ১৫,৩২২টা। ৰাইজৰ দলৰ সঞ্জীৱ গগৈয়ে লাভ কৰে ১৫,১৪৯ টা ভোট। অসম সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰে লাভ কৰে ১৩৬৯টা ভোট। আনহাতে NOTAত ভোট পৰে ১৫১৪টা ভোট।
মৰিয়নী সমষ্টিত এইবাৰ পোষ্টেল ভোট আছিল ৩৮৫টা। ভোটগণনাৰ অন্তত পোষ্টেল বলেট ভোটৰ ১০৯টা ভোট বাতিল হয়। পোষ্টেল বেলট ভোটৰ বিজেপিয়ে লাভ কৰে ১৫২টা ভোট, কংগ্ৰেছে লাভ কৰে ৬৩টা, ৰাইজৰ দলে লাভ কৰে ৪৩টা আৰু অসম সংগ্ৰামী মঞ্চৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৩টা ভোট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|