• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Budget 2021-22 : ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ বাজেট ভাষণত কি ক’লে বিত্ত মন্ত্ৰী অজন্তা নেওগে

Assam Budget 2021-22 : ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ বাজেট ভাষণত কি ক’লে বিত্ত মন্ত্ৰী অজন্তা নেওগে

নতুনকৈ চাৰিটা আৰক্ষী বেটেলিয়ন গঠন আৰু চাৰিটা ফৰেনছিক গৱেষণাগাৰ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতো বহু নতুন পদৰ সৃষ্টি হ’ব।

  • Share this:
১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ বাজেট ভাষণত উল্লেখ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ। বাজেট ভাষণত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে কেবিনেটৰ ই এটা বলিষ্ঠ সিদ্ধান্ত। যিয়ে নিয়োগ খণ্ডত আনন্দৰ বতৰা কঢ়িয়াই আনিব। এই সন্দৰ্ভত মোৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে সকলো দিশ চালি–জাৰি চাই কেবিনেটক সিদ্ধান্তসমূহ অৱগত কৰিব। নিযুক্তিসমূহ যাতে স্বচ্ছ আৰু নিকা হয় তাৰ বাবে সাৱধানতাৰে আগবাঢ়িম বুলি মন্তব্য কৰে বিত্তম ন্ত্ৰী অজন্তা নেওগে।

মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ চাৰিটা আৰক্ষী বেটেলিয়ন গঠন আৰু চাৰিটা ফৰেনছিক গৱেষণাগাৰ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতো বহু নতুন পদৰ সৃষ্টি হ’ব।
Published by:Sanjay Kumar Das
First published: