মুখ্যপৃষ্ঠা »খবৰ »অসম »কাইলৈ দাখিল হ'ব বাজেট ! বিত্ত মন্ত্ৰী অজন্তা নেওগে দিনৰ ১১ বজাত দাখিল কৰিব বাজেট ...

কাইলৈ দাখিল হ'ব বাজেট ! বিত্ত মন্ত্ৰী অজন্তা নেওগে দিনৰ ১১ বজাত দাখিল কৰিব বাজেট ...

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাৰ মজিয়াত দাখিল কৰিব ২০২৩ - ২৪ বিত্তীয় বৰ্ষৰ বাজেট ৷ দ্বিতীয়বাৰৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগে সদনৰ মজিয়াত দাখিল কৰিব পূৰ্ণাঙ্গ বাজেট ৷ ৰাজ্য চৰকাৰৰ ২০২৩ - ২৪ বিত্তীয় বৰ্ষৰ বাজেটত কি কি থাকিব ?

  • Share this:
বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাৰ মজিয়াত দাখিল কৰিব ২০২৩ - ২৪ বিত্তীয় বৰ্ষৰ বাজেট ৷ দ্বিতীয়বাৰৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগে সদনৰ মজিয়াত দাখিল কৰিব পূৰ্ণাঙ্গ বাজেট ৷

অজন্তা নেওগৰ বাজেটত কি কি থাকিব ? কোনবোৰ ক্ষেত্ৰত থাকিব অধিক গুৰুত্ব ? তাক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল সংগঠনে আগবঢ়াইছে পৰামৰ্শ ৷ প্ৰায় এমাহ জোৰ এক প্ৰস্তুতি তথা বিভিন্ন দল সংগঠন ব্যক্তি তথা প্ৰতিষ্ঠানৰ পৰামৰ্শ ভিক্তিত প্ৰস্তুত কৰিছে এই বাজেট ৷ সন্মুখত ২৪ ৰ লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ  প্ৰাকক্ষণত বিজেপি শাসিত চৰকাৰখনৰ বাজেটত প্ৰকৃততে নিৰ্বাচনমুখী বাজেট হ'ব নে ?  ঋণত বুৰ জোৱা চৰকাৰ খনৰ বাজেটৰ মূল লক্ষ্য কি হ'ব সেয়া নিশ্চয় লক্ষণীয় হ'ব ৷ সামাজিক , ৰাজনৈতিক ,অৰ্থনৈতিকভাৱে ৰাজ্যখনৰ সামগ্ৰীক উন্নয়ণ কৰিব পৰাকৈ এই বাজেট জনমুখী হ'ব নে কাইলৈ বাজেট দাখিলৰ পিছতহে স্পষ্ট হ'ব সকলো ৷

শেহতীয়া বাতৰি