আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট পাঠ কৰিছে। বাজেটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ সন্দৰ্ভতো বিতং তথ্য আগবঢ়াই বিত্তমন্ত্ৰীগৰাকীয়ে। লগতে আগন্তুক সময়ত আঁচনিখনৰ অধীনত কি কি সেৱা আগবঢ়োৱা হ'ব সেইলৈও মন্তব্য কৰে অজন্তা নেওগে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 16, 2022, 17:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।