মুখ্যপৃষ্ঠা » খবৰ

» অসম

»UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী...

UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী...

Kokil Sarma | News18-Assam
Updated:September 24, 2021, 10:40 PM IST
UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী...
আজি ঘোষণা কৰা UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী। ২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ নিবাসী  হাছানুজ্জামানে।

আজি ঘোষণা কৰা UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী। ২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ নিবাসী  হাছানুজ্জামানে।

  • News18 Assam
  • Last Updated: September 24, 2021, 10:40 PM IST
  • Share this:
আজি ঘোষণা কৰা UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী। ২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ নিবাসী  হাছানুজ্জামানে। তেওঁ AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। আহমেদ হাছানুজ্জামান
জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।
Published by: Kokil Sarma
First published: September 24, 2021, 10:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি