হায়দৰাবাদত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু, মৃতদেহ আনিবলৈ ধন নাই পৰিয়ালৰ

হায়দাৰাবাদৰ মিয়াপুৰ ৰোডৰ এটা কোম্পানীত সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত হৈ আছিল যুৱকজন।

News18-Assam
Updated:September 6, 2019, 12:34 PM IST
হায়দৰাবাদত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু, মৃতদেহ আনিবলৈ ধন নাই পৰিয়ালৰ
হায়দাৰাবাদৰ মিয়াপুৰ ৰোডৰ এটা কোম্পানীত সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত হৈ আছিল যুৱকজন।
News18-Assam
Updated: September 6, 2019, 12:34 PM IST
হায়দৰাবাদত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। মৃত্যু হোৱা যুৱকজন মৰিয়নীৰ চুতীয়াকাৰী গোসাঁইবাৰীৰ অজয় কল। হায়দাৰাবাদৰ মিয়াপুৰ ৰোডৰ এটা কোম্পানীত সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত হৈ আছিল যুৱকজন। ধনৰ অভাৱত যুৱকজনৰ মৃতদেহ স্বগৃহলৈ অসমৰ্থ পৰিয়াল। অসহায় পৰিয়ালটোৱে সহায়ৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি