মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অন্ধ্ৰ প্ৰদেশত ৰে’লপথত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

অন্ধ্ৰ প্ৰদেশত ৰে’লপথত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

News18-Assam
Updated:May 27, 2019, 8:41 PM IST
অন্ধ্ৰ প্ৰদেশত ৰে’লপথত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। ৰে’লপথত পৰি থকা অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহটো।

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। ৰে’লপথত পৰি থকা অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহটো।

  • Share this:
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া ৰে’ল ষ্টেচনত উদ্ধাৰ হ’ল লখিমপুৰৰ পহুমৰা মাজগাঁৱৰ বুধিন গগৈ নামৰ লোকজনৰ মৃতদেহ। ৰে’লপথত পৰি থকা অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহটো। হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত আছিল বুধিন গগৈ। ২৪ মে’ত পৰিয়ালক ফোন কৰি ঘৰলৈ অহাৰ কথা কৈছিল যুৱকজনে।
First published: May 27, 2019, 8:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি