অৰুণাচলত উত্তেজিত ৰাইজে জ্বলাই দিলে অসমৰ যুৱকৰ বাইক, কিয়?

বাইকৰ খুন্দাত থিতাতে নিহত অৰুণাচলৰ এজন স্থানীয় লোক

Dulu Medhi | News18-Assam
Updated:June 30, 2019, 10:05 PM IST
অৰুণাচলত উত্তেজিত ৰাইজে জ্বলাই দিলে অসমৰ যুৱকৰ বাইক, কিয়?
বাইকৰ খুন্দাত থিতাতে নিহত অৰুণাচলৰ এজন স্থানীয় লোক
Dulu Medhi | News18-Assam
Updated: June 30, 2019, 10:05 PM IST
দেওবাৰে অৰুণাচলৰ তেজুত সংঘটিত হোৱা এক দুৰ্ঘটনাত পতিত হয় অসমৰ যুৱক । বাইকেৰে যোৱা ৩০জনীয়া এটা দল দুৰ্ঘটনাত পতিত হয় অৰুণাচলৰ তেজুত। অসমৰ যুৱকৰ বাইকৰ খুন্দাত থিতাতে নিহত হয় এজন স্থানীয় লোক।ইয়াৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। উত্তেজিত ৰাইজে জ্বলাই দিয়ে অসমৰ যুৱকৰ দলটোৰ ৫খনকৈ বাইক। প্ৰায় ৩০জনীয়া দলটোৰ ১০জন যুৱক এতিয়া তেজুত আবদ্ধ। উল্লেখযোগ্য যে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অসমৰ যুৱককেইজনক।অসমৰ কাকপথাৰ আৰু দুলীয়াজানৰ পৰা অৰুণাচলৰ তেজুলৈ ফুৰিবৰ বাবে গৈছিল দলটো।

আৰু চাওক পৰৱৰ্তী বাতৰি