এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
নিমাতীঘাটৰ ভয়ংৰ দুৰ্ঘটনাত সন্ধানহীন এজন চিকিৎসক। গড়মুৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিত বৰা নাও দুৰ্ঘটনাত বৰ্তমানো সন্ধানহীন হৈ আছে। দুৰ্ঘটনাৰ পিছৰে পৰা কোনো সন্ধান লাভ পোৱা নাই চিকিৎসকজনৰ।
এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হৈছে নাওখন। কাটি টুকুৰা টুকুৰ কৰি এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে অভিশপ্ত নাওখন। কিন্তু নাওখনৰ ভিতৰত কোনো যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|