ইয়াৰ পূৰ্বে নিমাতীঘাটত উপস্থিত হৈ ঘটনাস্থলীৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পূৰ্বে নিমাতীঘাটত উপস্থিত হৈ ঘটনাস্থলীৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাসকলৰ খবৰ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলক উন্নতমানৰ চিকিৎসা প্ৰদানৰ আহ্বান জনায়। উদ্ধাৰ হোৱা আন যাত্ৰীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পূৰ্বে নিমাতীঘাটত উপস্থিত হৈ ঘটনাস্থলীৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনা সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসনক এক গোচৰ ৰুজু কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|