ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মূল্যায়নৰ ফলাফল। আজি ঘোষিত ফলাফল অনুসৰি, কলা শাখাত ৯৮.৯৩ শতাংশ, বাণিজ্যত ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়।
এইবাৰ ক’লা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল ১,৯১,৮৫৫গৰাকী। ইয়াৰে প্ৰথম বিভাগত ৫৮,২৪৪ গৰাকী, দ্বিতীয় বিভাগত ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯গৰাকী উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৮৯,৭৯৩গৰাকী।
বাণিজ্য শাখা এইবাৰ মুঠ পৰীক্ষাৰ্থী আছিল ১৮,৪৪৩গৰাকী। ইয়াৰ ভিতৰত প্ৰথম বিভাগত ১১,১৮৯ গৰাকী, দ্বিতীয় বিভাগত ৫৪৯৭ গৰাকী আৰু তৃতীয় বিভাগত ১৬৭৮ গৰাকী উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ১৮,৩৬৪ গৰাকী।
আনহাতে, বিজ্ঞান শাখাত এইবাৰ মুঠ পৰীক্ষাৰ্থী আছিল ৩৮,৪৩০ গৰাকী। ইয়াৰে ৩২,৯১৭গৰাকীয়ে প্ৰথম বিভাগ, ৪,৬০৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ৩৮,০৬৮ গৰাকী।
কোন জিলাত কিমান শতাংশ ফলাফলকলা শাখা –
বাক্সা – ৯৯.৩৬ শতাংশ
বৰপেটা – ৯৯.৬০ শতাংশ
বিশ্বনাথ – ৯৯.৫১ শতাংশ
বঙাইগাঁও – ৯৮.৬৫ শতাংশ
কাছাৰ – ৯৮.৩৩ শতাংশ
চৰাইদেউ – ৯৬.১৭ শতাংশ
চিৰাং – ৯৮.১৮ শতাংশ
দৰং – ৯৯.৬৮ শতাংশ
ধেমাজি – ৯৮.৫৩ শতাংশ
ধুবুৰী – ৯৯.০৯ শতাংশ
ডিব্ৰুগড় – ৯৯.১৪ শতাংশ
ডিমা হাছাও – ৯৭.৫৪ শতাংশ
গোৱালপাৰা – ৯৯.২৮ শতাংশ
গোলাঘাট – ৯৯.৫২ শতাংশ
হাইলাকান্দি – ৯৮.২১ শতাংশ
হোজাই – ৯৬.৮৬ শতাংশ
যোৰহাট – ৯৯.৪৫ শতাংশ
কামৰূপ মেট্ৰ’ – ৯৯.৩১ শতাংশ
কামৰূপ গ্ৰাম্য – ৯৮.৩৪ শতাংশ
কাৰ্বি আংলং – ৯৮.৯১ শতাংশ
কৰিমগঞ্জ – ৯৯.৬৯ শতাংশ
কোকৰাঝাৰ – ৯৯.২০ শতাংশ
লখিমপুৰ – ৯৮.৬৬ শতাংশ
মাজুলী – ৯৯.৯১ শতাংশ
মৰিগাঁও – ৯৮.৫৮ শতাংশ
নগাঁও – ৯৯.৫৫ শতাংশ
নলবাৰী – ৯৯.২৮ শতাংশ
শিৱসাগৰ – ৯৯.৪৫ শতাংশ
শোণিতপুৰ – ৯৮.৩৪ শতাংশ
দক্ষিণ শালমাৰা – ৯৯.৮৬ শতাংশ
তিনিচুকীয়া – ৯৭.২৪ শতাংশ
ওদালগুৰি – ৯৯.৫৭ শতাংশ
পশ্চিম কাৰ্বি আংলং – ৯৯.৫৮ শতাংশ
বাণিজ্য শাখা –
বাক্সা – ৯৯.৬৫ শতাংশ
বৰপেটা – ৯৯.৮৮ শতাংশ
বিশ্বনাথ – ১০০ শতাংশ
বঙাইগাঁও – ৯৯.৬৭ শতাংশ
কাছাৰ – ৯৯.৩৩ শতাংশ
চৰাইদেউ – ১০০ শতাংশ
চিৰাং – ১০০ শতাংশ
দৰং – ৯৯.৫৬ শতাংশ
ধেমাজি – ১০০ শতাংশ
ধুবুৰী – ১০০ শতাংশ
ডিব্ৰুগড় – ৯৯.৬৪ শতাংশ
ডিমা হাছাও – ৯৭.৪৪ শতাংশ
গোৱালপাৰা – ১০০ শতাংশ
গোলাঘাট – ৯৯.৫৯ শতাংশ
হাইলাকান্দি – ৯৯.৬১ শতাংশ
হোজাই – ৯৯.৫২ শতাংশ
যোৰহাট – ৯৯.৪৭ শতাংশ
কামৰূপ মেট্ৰ’ – ৯৯.৫৭ শতাংশ
কামৰূপ গ্ৰাম্য – ৯৯.৮৯ শতাংশ
কাৰ্বি আংলং – ৯৯.২৪ শতাংশ
কৰিমগঞ্জ – ৯৮.৫৯ শতাংশ
কোকৰাঝাৰ – ১০০ শতাংশ
লখিমপুৰ – ৯৯.৮০ শতাংশ
মাজুলী – ১০০ শতাংশ
মৰিগাঁও – ১০০ শতাংশ
নগাঁও – ৯৯.৮০ শতাংশ
নলবাৰী – ১০০ শতাংশ
শিৱসাগৰ – ৯৯.৬৯ শতাংশ
শোণিতপুৰ – ৯৮.৪৪ শতাংশ
দক্ষিণ শালমাৰা – ১০০ শতাংশ
তিনিচুকীয়া – ৯৯.৩৬ শতাংশ
ওদালগুৰি – ১০০ শতাংশ
পশ্চিম কাৰ্বি আংলং – ১০০ শতাংশ
বিজ্ঞান শাখা –
বাক্সা – ৯৯.৮৬ শতাংশ
বৰপেটা – ৯৮.৮৫ শতাংশ
বিশ্বনাথ – ৯৯.৬৬ শতাংশ
বঙাইগাঁও – ৯৯.৬৪ শতাংশ
কাছাৰ – ৯৯.৭০ শতাংশ
চৰাইদেউ – ৯৯.৭৬ শতাংশ
চিৰাং – ৯৮.৫৬ শতাংশ
দৰং – ৯৮.৪০ শতাংশ
ধেমাজি – ৯৯.১১ শতাংশ
ধুবুৰী – ৯৯.২৭ শতাংশ
ডিব্ৰুগড় – ৯৯.৫৩ শতাংশ
ডিমা হাছাও – ১০০ শতাংশ
গোৱালপাৰা – ৯৮.৫৮ শতাংশ
গোলাঘাট – ৯৮.৫৩ শতাংশ
হাইলাকান্দি – ৯৯.৬৪ শতাংশ
হোজাই – ৯৯.৪৮ শতাংশ
যোৰহাট – ৯৯.৩৭ শতাংশ
কামৰূপ মেট্ৰ’ – ৯৮.৭৫ শতাংশ
কামৰূপ গ্ৰাম্য – ৯৮.৫২ শতাংশ
কাৰ্বি আংলং – ৯৯.১৮ শতাংশ
কৰিমগঞ্জ – ৯৯.৫৩ শতাংশ
কোকৰাঝাৰ – ৯৬.৮৬ শতাংশ
লখিমপুৰ – ৯৮.৮২ শতাংশ
মাজুলী – ৯৯.৫৫ শতাংশ
মৰিগাঁও – ৯৮.৯৭ শতাংশ
নগাঁও – ৯৮.৯৮ শতাংশ
নলবাৰী – ৯৮.৯৩ শতাংশ
শিৱসাগৰ – ৯৯.৮৩ শতাংশ
শোণিতপুৰ – ৯৯.৬৫ শতাংশ
দক্ষিণ শালমাৰা – ৯৯.০৬ শতাংশ
তিনিচুকীয়া – ৯৯.৫৩ শতাংশ
ওদালগুৰি – ৯৯.৪৯ শতাংশ
পশ্চিম কাৰ্বি আংলং – ০.০০ শতাংশ
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|