Assam Election Results 2021 : বিজেপিৰ মুখ্য কাৰ্যালয়ত নহয় এইবাৰ বিজয় উৎসৱ

News18 Assam | News18-Assam
Updated:May 2, 2021, 1:15 PM IST
Assam Election Results 2021 : বিজেপিৰ মুখ্য কাৰ্যালয়ত নহয় এইবাৰ বিজয় উৎসৱ
Assam Assembly Election Results 2021 : কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিৰত থাকিব বিজয় উৎসৱৰ পৰা।

Assam Assembly Election Results 2021 : কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিৰত থাকিব বিজয় উৎসৱৰ পৰা।

  • Share this:
বিধানসভা নিৰ্বাচনত বিজেপিয়ে যদিহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, তেন্তে ঘৰতে থাকি সকলোকে আনন্দ কৰাৰ আহ্বান। বিজেপিৰ মুখ্য কাৰ্যালয়ত নহয় এইবাৰ বিজয় উৎসৱ। কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিৰত থাকিব বিজয় উৎসৱৰ পৰা।

অধিক লোক বিজেপি মুখ্য কাৰ্যালয়ত সমাগম নকৰাৰ বাবেও আহ্বান দলৰ মুৰব্বীসকলৰ।
ঘৰে ঘৰে সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান। ঘৰত থাকিয়েই আনন্দ কৰাৰ আহ্বান দলটোৰ।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 1:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি