ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী

News18-Assam
Updated:November 16, 2019, 12:06 PM IST
ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী
উচ্চতম ন্যায়লয়ত ৰাফেল চুক্তি পুনৰীক্ষণ খাৰিজক লৈ উৎসাহী হৈ পৰিছে বিজেপি

উচ্চতম ন্যায়লয়ত ৰাফেল চুক্তি পুনৰীক্ষণ খাৰিজক লৈ উৎসাহী হৈ পৰিছে বিজেপি

  • News18 Assam
  • Last Updated: November 16, 2019, 12:06 PM IST
  • Share this:
উচ্চতম ন্যায়লয়ত ৰাফেল চুক্তি পুনৰীক্ষণ খাৰিজক লৈ উৎসাহী হৈ পৰিছে বিজেপি। আজি ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে। ৰাফেল ক্ৰয়কলৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিভিন্ন কটু ভাষাৰে সমালোচনা কৰাৰ বাবে প্ৰতিবাদত বহিছে বিজেপি। উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তি পুনৰীক্ষণ খাৰিজ কৰা পিছত এতিয়া ৰাহুল গান্ধীক বিনা চৰ্তে ক্ষমা বিচৰাৰ দাবী জনাইছে বিজেপিয়ে।

গুৱাহাটী মহানগৰীৰ জিলা বিজেপিৰ কাৰ্য্যলয়তো প্ৰতিবাদ বিজেপি কৰ্মীৰ।নিৰ্বাচনৰ সময়ত কেন্দ্ৰৰ বিৰুদ্ধে ৰাফেল ক্ৰয়ৰ দুৰ্নীতিৰ অভিযোগ তুলিছিল ৰাহুল গান্ধীয়ে।
আনকি আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দাৰস্থ হৈছিল ৰাহুল গান্ধী। কিন্তু বৃহস্পতিবাৰে আদালতৰ মজিয়াত পুনৰীক্ষণ আবেদন খাৰিজৰ পাছতে ৰাহুল বিৰুদ্ধে সৰহ হয় বিজেপি।
আৰু চাওক
পৰৱৰ্তী বাতৰি