• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP President: খেতিপথাৰত ব্যস্ত বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতা ! কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সিঁচিলে ধানৰ বীজ ... 

BJP President: খেতিপথাৰত ব্যস্ত বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতা ! কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সিঁচিলে ধানৰ বীজ ... 

ৰাজ্যিক বিজেপিৰ নৱ নিযুক্ত সভাপতি তথা বিধায়ক ভৱেশ কলিতাই ৰঙিয়াত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সিঁচিলে ধানৰ বীজ । দুৰ্দশাগ্ৰস্ত খেতিয়কক বিনামূলীয়াকৈ কঠিয়া বিতৰণ কৰাৰ বাবে সভাপতি ভৱেশ কলিতাই এনেদৰে বোকাময় পথাৰত নামি ধানৰ বীজ সিঁচে ।

  • Share this:

    কাইলৈ আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বিধায়ক কলিতাই গৃহ সমষ্টিত এনেদৰে কৃষকক সহায় কৰাৰ উদ্দেশ্যে খেতি পথাৰত নামি পৰে ।  ৰঙিয়াৰ হৰিয়াণডাবত ৭৫ বিঘা মাটিত বাহাদুৰ চাৱন জাতৰ ধানৰ বীজ ছটিয়ায় । বান অথবা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত খেতিয়কক সকাহ দিয়াৰ উদ্দেশ্যে বিজেপিৰ ভগ্নী সংগঠন কৃষক মৰ্চাৰ উদ্যোগত এনেদৰে ধানৰ বীজ সিঁচি কঠিয়া উৎপাদনৰ ব্যৱস্থা কৰে । এইক্ষেত্ৰত কৃষি বিভাগেও সহযোগ কৰে । প্ৰচুৰ সম্ভাৱনা থকা কৃষিৰ ক্ষেত্ৰখনত এনেদৰে এক নতুন দিগন্তৰ সূচনা কৰিব লাগিব বুলি সভাপতি তথা বিধায়ক কলিতাই কয় ।
    Published by:Kokil Sarma
    First published: