সন্মুখত পঞ্চায়ত আৰু ২০২৪ৰ লোকসভা নিৰ্বাচন৷ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰিলে অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটী৷ সোমবাৰে ঘোষণা কৰা ক'ৰ কমিটী, নিৰ্বাচন কমিটী, বিত্ত সমিতি, অনুশাসন সমিতিখন এনেধৰণৰ –
ক'ৰ কমিটী : সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰতন তেৰণ, উপ–সভানেত্ৰী বিজুলী কলিতা মেধী, উপ–সভাপতি তপন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিমল অশ্বোৱাল, তিনিগৰাকী সাধাৰণ সম্পাদক পল্লৱ লোচন দাস,পুলক গোঁহাই, দিপ্লু ৰঞ্জন শৰ্মা।
ক'ৰ কমিটীৰ বিশেষ আমন্ত্ৰিত সদস্য : ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ–পূবৰ সমন্বয়ক সম্বিত পাত্ৰ, যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা৷
নিৰ্বাচন সমিতি: সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ৰণজিৎ দাস, অশোক সিংহল, পীযুষ হাজৰিকা, নন্দিতা গাৰ্লোছা, সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, কামাখ্যা প্ৰসাদ তাছা, উপ–সভাপতি নৱ কুমাৰ দলে, অ’বিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা।
নিৰ্বাচন কমিটীৰ বিশেষ আমন্ত্ৰিত সদস্য : ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ, যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা৷
বিত্তীয় সমিতি: অধ্যক্ষ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, সদস্য সচিব ৰাজকুমাৰ শৰ্মা, সদস্য মনোজ ছৰফ, বিজয় কুমাৰ গুপ্তা আৰু বিধায়ক কৃষ্ণেন্দু পাল৷
বিজেপিৰ অনুশাসন সমিতি: অধ্যক্ষ মিছন ৰঞ্জন দাস, সদস্য সচিব বিজন মহাজন, সদস্য ৰেখা ৰাণী দাস বড়ো, ধ্ৰুৱ প্ৰসাদ বৈশ্য আৰু ভৱেন শৰ্মা৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 04, 2022, 22:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|