মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটীৰ নুনমাটিত বন্ধ সমৰ্থকে ভাঙিলে গাড়ী, কেইবাজনো বন্ধ সমৰ্থকক আটক

গুৱাহাটীৰ নুনমাটিত বন্ধ সমৰ্থকে ভাঙিলে গাড়ী, কেইবাজনো বন্ধ সমৰ্থকক আটক

গোলাঘাটত বন্ধ সমৰ্থকে ফালিলে নেতা–মন্ত্ৰীৰ পোষ্টাৰ–বেনাৰ। বিজ্ঞাপনৰ হৰ্ডিং আদিও ফালি চিৰাচিৰ কৰিলে একাংশ বন্ধ সমৰ্থনকাৰীয়ে।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ’ই আহ্বান জনোৱা অসম বন্ধৰ সময়ত গুৱাহাটীৰ নুনমাটিত হিংসাত্মক ঘটনা। একাংশ বন্ধ সমৰ্থকে আক্ৰমণ কৰে কেইবাখনো বাহনত। ভাঙি চূৰমাৰ কৰে গাড়ীৰ আইনা। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। কেইবাজনো বন্ধ সমৰ্থকক আটক কৰে আৰক্ষীয়ে।

শেহতীয়া বাতৰি