• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধৰ আহ্বান, শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ

আজি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধৰ আহ্বান, শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ

শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।

শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।

শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।

  • Share this:
আজি অসম বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অসম বন্ধৰ আহ্বান। টাইপাসহ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই এই বন্ধৰ আহ্বান জনাইছে।

শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ টাইপাসহ বন্ধ সমৰ্থকৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখা গৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি