
শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।
শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।
আজি অসম বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অসম বন্ধৰ আহ্বান। টাইপাসহ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই এই বন্ধৰ আহ্বান জনাইছে।
শিৱসাগৰত পুৱাই টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ টাইপাসহ বন্ধ সমৰ্থকৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|