আজিৰে পৰা ৬ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

ৰাজ্যৰ বান পৰিস্থিতিক লৈ সদনত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

News18-Assam
Updated:July 26, 2019, 8:19 AM IST
আজিৰে পৰা ৬ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
ৰাজ্যৰ বান পৰিস্থিতিক লৈ সদনত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
News18-Assam
Updated: July 26, 2019, 8:19 AM IST
আজিৰে পৰা অনুষ্ঠিত হ’ব বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। ছয়দিনীয়াকৈ অনুষ্ঠিত হ’ব এইবাৰৰ অধিৱেশন। ৰাজ্যৰ বান পৰিস্থিতিক লৈ সদনত আলোচনা হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে এক্ট ইষ্ট পলিচিক লৈ সদনৰ বাহিৰত অনুষ্ঠিত হ’ব বৈঠক। বৰাক উপত্যকাৰ উন্নয়নক লৈও সদনত হ’ব বিশেষ আলোচনা। লগতে শিশু বিকাশ, মহিলাৰ নিৰাপত্তা সন্দৰ্ভতো হ’ব আলোচনা। বুধবাৰে হ’ব বিধান সভাৰ উপাধ্যক্ষৰ নিৰ্বাচন।
আৰু চাওক পৰৱৰ্তী বাতৰি