• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন, কি বিষয়ক লৈ আলোচনা হ’ব অধিৱেশনত?

আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন, কি বিষয়ক লৈ আলোচনা হ’ব অধিৱেশনত?

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন।

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন।

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন।

  • Share this:
আজি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবেই অনুষ্ঠিত হ’ব এদিনীয়া অধিৱেশন। বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশন সন্ধিয়া ৭ বজাত সামৰণি পৰিব। অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনখন বুধবাৰে অনুষ্ঠিত হ’ব বিধানসভাৰ পুৰণি সদনতে। দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন।

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মতে, অধিৱেশনত দেশৰ স্বাধীনতাৰ বিষয়ে আলোচনা হ’ব। বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰাখিব। বৰ্তমানৰ ভাৰত আৰু আগৰ ভাৰতৰ ওপৰতো আলোচনা হ’ব বুলিও কয় বিশ্বজিৎ দৈমাৰীয়ে।
Published by:Sanjay Kumar Das
First published: