• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজনীতিৰহে শত্ৰু,এনেইটো আমি বন্ধু! নিৰ্বাচনী প্ৰচাৰৰ মাজতে নাওবৈচাৰ অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে গামোচা পিন্ধালে ৰাণী নৰহ আৰু ভৰত নৰহক

ৰাজনীতিৰহে শত্ৰু,এনেইটো আমি বন্ধু! নিৰ্বাচনী প্ৰচাৰৰ মাজতে নাওবৈচাৰ অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে গামোচা পিন্ধালে ৰাণী নৰহ আৰু ভৰত নৰহক

নাওবৈচা সমষ্টিৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ এখন বিশেষ ফটোৱে এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়া ৷

  • Share this:
নাওবৈচা সমষ্টিৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ এখন বিশেষ ফটোৱে এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়া ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে গামোচা পিন্ধালে নাওবৈচাৰে কংগ্ৰেছ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ আৰু ৰাণী নৰহক।

প্ৰচাৰ কাৰ্যসূচী চলাই থকাৰ সময়তে নৰহ দম্পতিৰ সৈতে মুখামুখী হ'ল অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ড। আৰু তেতিয়াই স্বভাৱগত ভাবে জয়ন্ত খাউণ্ডে দুয়োগৰাকী জ্যেষ্ঠ ৰাজনীতিককে যাঁচিলে সন্মান। ইফালে নৰহ দম্পতীয়েও আমি ধৰ্ম সংকটত পৰিলো বুলি কৈ আশীৰ্বাদেৰে উপচালে জয়ন্ত খাউণ্ডক ৷

কিন্তু অগপ আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজৰ এনে সৌহাদ্যপূৰ্ণ সম্পৰ্কক কটাক্ষ কৰে সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে। আজিজুৰ ৰহমানে কয় যে,-"নাওবৈচাত ঔপনিবেশিক ৰজনীতিকে স্থানীয় ৰাজনীতিকৰ জীৱন ধ্বংস কৰাৰ ষড়যন্ত্ৰ ফাদিল হ'ল।'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি