• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণত বিসংগতি, অধ্যক্ষৰ নিৰ্দেশত ভাঙি পেলালে বিভিন্ন অংশ

অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণত বিসংগতি, অধ্যক্ষৰ নিৰ্দেশত ভাঙি পেলালে বিভিন্ন অংশ

দিছপুৰৰ অসম বিধানসভাৰ নৱ নিৰ্মিত ভৱনটোৰ পূৰ্বৰ নক্সা আৰু কাম কাজকলৈ অসন্তুষ্ট স্বয়ং অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।

  • Share this:
অসম বিধান সভাৰ নতুন ভৱনৰ নিৰ্মাণত বিসংগতি। ফলত অধ্যক্ষৰ নিৰ্দেশত ভাঙি পেলোৱা হ'ল ভৱনৰ চিৰি। আৰু আকৌ নতুনকৈ আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য।দিছপুৰৰ অসম বিধানসভাৰ নৱ নিৰ্মিত ভৱনটোৰ পূৰ্বৰ নক্সা আৰু কাম কাজকলৈ অসন্তুষ্ট স্বয়ং অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। যাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশত ভৱনৰ মূল প্ৰৱেশ পথৰ উপৰিও আন বিভিন্ন স্থানত পুনৰ নিৰ্মাণৰ কাম পুনৰ চলিছে।

শুকুৰবাৰে কামৰ বুজ ল'লে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধাক্ষ ডা: নোমল মমিনে। অসম বিধান সভাৰ আগন্তুক শীতকালীন অধিবেশন নতুন ভৱনত অনুষ্ঠিত হ'ব বুলি কয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অসম বিধান সভাৰ নতুন ভৱনটো বিগত দহ বছৰ ধৰি নিৰ্মীয়মান অৱস্থাত থকাৰ বাবেও অসন্তুষ্ট হৈ পৰে অধ্যক্ষগৰাকী।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি