உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Times Now-C Voters Opinion Poll: ২০২১ত বিজেপি মহাজোঁটক দিলে ৬৭ খন আসন, কংগ্ৰেছে পাব কেইখন আসন?

    Times Now-C Voters Opinion Poll: ২০২১ত বিজেপি মহাজোঁটক দিলে ৬৭ খন আসন, কংগ্ৰেছে পাব কেইখন আসন?

    সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

    সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

    সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

    • Share this:
    সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে জোৰদাৰ গতিত আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। তেনে সময়তে Times Now-C Voters-এ আগন্তুক নিৰ্বাচনৰ বাবে দিছে অপিনিয়ন প'ল।

    অপিনিয়ন প'ল অনুসৰি ৰাজ্যত পুনৰ গঠন হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। কিন্তু কংগ্ৰেছ মহাজোঁটৰ সৈতে হ'ব তীব্ৰ প্ৰতিদ্বন্দিতা। কোনো মতেহে এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট।

    Times Now-C Voters Opinion Poll অনুসৰি, ২০২১ত

    • বিজেপি মিত্ৰজোঁটে লাভ কৰিব- ৬৭ খন আসন।

    • কংগ্ৰেছ  মহাজোঁটে লাভ কৰিব- ৫৭ খন আসন।

    • অন্যান্য়ই লাভ কৰিব- ২খন আসন।

    Published by:Himangshu Bhuyan
    First published: