
কোন সমষ্টিত এই পৰ্যন্ত কিমান হ'ল ভোটদান?
কোন সমষ্টিত এই পৰ্যন্ত কিমান হ'ল ভোটদান?
আজি অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা সৰ্বমুঠ ৪৭টা বিধানসভা সমষ্টিত ব্যাপক হাৰত ভোটদান হোৱা দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত সম্পন্ন হৈছে প্ৰায় ৭২.১০ শতাংশ ভোটদান। সমষ্টিসমূহৰ ভিতৰত সৰ্বাধিক ৰূপহীহাটত ৮৩ শতাংশ ভোটদান ইতিমধ্যে সম্পন্ন হৈছে।
কোন সমষ্টিত এই পৰ্যন্ত কিমান হ'ল ভোটদান?
- আমগুৰি- ৭৬.৩৫ শতাংশ
- বৰচলা- ৬২.৯০ শতাংশ
- বটদ্ৰৱা- ৮০.৫০ শতাংশ
- বিহালী- ৭৬.৮১ শতাংশ
- বিহপুৰীয়া- ৬৮.৬৭ শতাংশ
- বিশ্বনাথ- ৭৭.৪২ শতাংশ
- বোকাখাত- ৭১.১০ শতাংশ
- চাবুৱা-৭১ শতাংশ
- ঢেকীয়াজুলি- ৭১ শতাংশ
- দেৰগাওঁ- ৭২.২১ শতাংশ
- ঢকুৱাখনা- ৭২.৮৫ শতাংশ
- ধেমাজি- ৭১.১০ শতাংশ
- ধিং- ৮১ শতাংশ
- ডিব্ৰুগড়- ৬৮ শতাংশ
- ডিগবৈ- ৬৮ শতাংশ
- ডুমডুমা-৬৫ শতাংশ
- দুলীয়াজান- ৬৮ শতাংশ
- গহপুৰ- ৭১.৩৪ শতাংশ
- গোলাঘাট- ৭৫.১৩ শতাংশ
- জোনাই- ৭২.৪৯ শতাংশ
- যোৰহাট- ৬৯.৮০ শতাংশ
- কলিয়াবৰ- ৭৪.১৯ শতাংশ
- খুমটাই- ৭৫.২১ শতাংশ
- লাহোৱাল- ৭৭ শতাংশ
- লখিমপুৰ- ৬৯.৭৮ শতাংশ
- মাহমৰা- ৬৮.৩১ শতাংশ
- মাজুলী-৭৭.১৯ শতাংশ
- মাৰ্ঘেৰিটা- ৭০.৬৭ শতাংশ
- মৰিয়নী-৭০.৪৩ শতাংশ
- মৰাণ- ৭০ শতাংশ
- নাহৰকটীয়া-৭৩ শতাংশ
- নাওবৈছা-৭২.১৫ শতাংশ
- নাজিৰা-৬৪ শতাংশ
- ৰঙাপাৰা-৬৫.৭০ শতাংশ
- ৰূপহীহীট-৮৩ শতাংশ
- শদীয়া- ৭১.৬৩ শতাংশ
- চামগুৰি- ৭৩.৬০ শতাংশ
- সৰুপথাৰ- ৭০.৭৬ শতাংশ
- শিৱসাগৰ- ৭৮.১২ শতাংশ
- সোনাৰি-৬৯.৮০ শতাংশ
- চতীয়া-৬৪ শতাংশ
- টীয়ক- ৭২.৮৮ শতাংশ
- তেজপুৰ- ৭৬.৫০ শতাংশ
- থাওৰা- ৭৭.৬৫ শতাংশ
- টিংখাং- ৬৫ শতাংশ
- তিনিচুকীয়া- ৬২ শতাংশ
- তিতাবৰ- ৭১.৩১ শতাংশ
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|