
৪ বজালৈকে কোন সমষ্টিত কিমান হল ভোটদান?
৪ বজালৈকে কোন সমষ্টিত কিমান হল ভোটদান?
আজি অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা সৰ্বমুঠ ৪৭টা বিধানসভা সমষ্টিত ব্যাপক হাৰত ভোটদান হোৱা দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত সম্পন্ন হৈছে প্ৰায় ৬২.১৭ শতাংশ ভোটদান। এতিয়াও বহু সমষ্টিত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।
৪ বজালৈকে কোন সমষ্টিত কিমান হল ভোটদান?
- মৰাণ- ৫৯ শতাংশ
- ডিব্ৰুগড়- ৫৭ শতাংশ
- লাহোৱাল- ৬২ শতাংশ
- দুলীয়াজান- ৫৯ শতাংশ
- টিংখাং- ৫৯ শতাংশ
- নাহৰকটীয়া- ৫৮ শতাংশ
- চাবুৱা- ৬০ শতাংশ
- ধিং- ৬৭ শতাংশ
- বটদ্ৰৱা- ৬৬.২ শতাংশ
- ৰূপহীহাট- ৬৬.১ শতাংশ
- চামগুৰি-৬১ শতাংশ
- ঢেকীয়াজুলী- ৬৪ শতাংশ
- বৰচলা- ৫৭.৩১ শতাংশ
- তেজপুৰ- ৬১.২ শতাংশ
- ৰঙাপাৰা- ৬১.২ শতাংশ
- চতীয়া- ৫৪ শতাংশ
- গোলাঘাট- ৬৪.৬১ শতাংশ
- খুমটাই- ৬৩.৪৬ শতাংশ
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|