உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Assembly Elections 1st Phase Poll: এইপৰ্যন্ত ২৫.৮৮ শতাংশ ভোটদান সম্পন্ন, ১১ বজালৈকে কোন সমষ্টিত কিমান হ'ল ভোটদান? জানি লওক

    Assam Assembly Elections 1st Phase Poll: এইপৰ্যন্ত ২৫.৮৮ শতাংশ ভোটদান সম্পন্ন, ১১ বজালৈকে কোন সমষ্টিত কিমান হ'ল ভোটদান? জানি লওক

    আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।

    আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।

    আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।

    • Share this:
    আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। পুৱাই ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

    এইপৰ্যন্ত প্ৰথম পৰ্যায়ৰ আটাইকেইটা সমষ্টি মিলাই ২৫.৮৮ শতাংশ ভোটদান সম্পন্ন হৈছে। ঠায়ে ঠায়ে যদিও ইভিএম বিকল হোৱাৰ তথ্য আহিছে, তথাপিও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

    ১১ বজা পৰ্যন্ত বিভিন্ন সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰঃ

    • যোৰহাট সমষ্টি- ২৯.৩১ শতাংশ

    • দেৰগাওঁ সমষ্টি- ৩১.২৪ শতাংশ

    • টিয়ক সমষ্টি- ৩১.৩৪ শতাংশ

    •  আমগুৰি সমষ্টি - ২৮.৩৪ শতাংশ

    • শিৱসাগৰ সমষ্টি- ২৯.৬৩ শতাংশ

    • থাওৰা সমষ্টি- ২৮.১২ শতাংশ

    • বৰছলা সমষ্টি- ২৬.৭ শতাংশ

    • তেজপুৰ সমষ্টি- ২৭.৭ শতাংশ

    • ৰঙাপাৰা সমষ্টি- ২২.৮ শতাংশ

    • চতীয়া সমষ্টি- ২৯.৭৫ শতাংশ

    • তিনিচুকীয়া সমষ্টি- ২৫ শতাংশ

    • ডিগবৈ সমষ্টি- ২৩ শতাংশ

    • ডুমডুমা সমষ্টি- ২৫ শতাংশ

    • মৰাণ সমষ্টি- ২২ শতাংশ

    • ডিব্ৰুগড়- ২১ শতাংশ

    • লাহোৱাল- ২১ শতাংশ

    • দুলীয়াজান- ২৩ শতাংশ

    • টিংখাং- ২২ শতাংশ

    • নাহৰকটীয়া- ২১ শতাংশ

    • চাবুৱা- ২১ শতাংশ

    • বিহপুৰীয়া- ২৩.৪৯ শতাংশ

    • নাওবৈচা- ২৮.৮১ শতাংশ

    • লখিমপুৰ- ২৬.৫২ শতাংশ

    Published by:Himangshu Bhuyan
    First published: