মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Assembly : আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া, ভোটদানৰ পূৰ্বে জানি লওক এইসমূহ নিৰ্ধাৰিত নিয়ম!

Assam-Assembly : আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া, ভোটদানৰ পূৰ্বে জানি লওক এইসমূহ নিৰ্ধাৰিত নিয়ম!

News18 Assam | News18-Assam
Updated:March 27, 2021, 6:28 AM IST
Assam-Assembly : আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া, ভোটদানৰ পূৰ্বে জানি লওক এইসমূহ নিৰ্ধাৰিত নিয়ম!
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বহু নীতি নিয়ম নিৰ্ধাৰণ কৰিছে। 

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বহু নীতি নিয়ম নিৰ্ধাৰণ কৰিছে। 

  • Share this:
আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত হ’ব নিৰ্বাচন। এইবাৰ ভোটদানৰ বাবে প্ৰতিখন জিলাই হাতত লৈছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ।

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বহু নীতি-নিয়ম নিৰ্ধাৰণ কৰিছে।


  • বহুকেইখন জিলাত প্ৰতিগৰাকী ভোটাৰক মাস্ক পৰিধান কৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ আহ্বান জনাৱো হৈছে।

  • এগৰাকী কোৰোণাত আক্ৰান্ত ৰোগীয়ে সন্ধা ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত পিপিই কিট পৰিধান কৰি ভোটদান কৰিব পাৰিব।

  • যোৰহাটৰ উপায়ুক্তই কৈছে যে, প্ৰতিগৰাকী ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। লগতে প্ৰতিগৰাকী ভোটাৰৰ temperature জোখা হ'ব।

  • কিছু পৰিমাণে মাস্ক ভোটকেন্দ্ৰটো ৰখা হ'ব। সেইদৰে হেণ্ড গ্লোভচো যোগান ধৰিব।


  • ইফালে ভোটদান কৰিবলৈ যোৱাৰ সময়ত লগত ভোটাৰ আই ডি কাৰ্ড লৈ যোৱাতো বাধ্যতামূলক।

Published by: Himangshu Bhuyan
First published: March 27, 2021, 6:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি