
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বহু নীতি নিয়ম নিৰ্ধাৰণ কৰিছে।
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বহু নীতি নিয়ম নিৰ্ধাৰণ কৰিছে।
আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত হ’ব নিৰ্বাচন। এইবাৰ ভোটদানৰ বাবে প্ৰতিখন জিলাই হাতত লৈছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ।
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বহু নীতি-নিয়ম নিৰ্ধাৰণ কৰিছে।
- বহুকেইখন জিলাত প্ৰতিগৰাকী ভোটাৰক মাস্ক পৰিধান কৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ আহ্বান জনাৱো হৈছে।
- এগৰাকী কোৰোণাত আক্ৰান্ত ৰোগীয়ে সন্ধা ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত পিপিই কিট পৰিধান কৰি ভোটদান কৰিব পাৰিব।
- যোৰহাটৰ উপায়ুক্তই কৈছে যে, প্ৰতিগৰাকী ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। লগতে প্ৰতিগৰাকী ভোটাৰৰ temperature জোখা হ'ব।
- কিছু পৰিমাণে মাস্ক ভোটকেন্দ্ৰটো ৰখা হ'ব। সেইদৰে হেণ্ড গ্লোভচো যোগান ধৰিব।
- ইফালে ভোটদান কৰিবলৈ যোৱাৰ সময়ত লগত ভোটাৰ আই ডি কাৰ্ড লৈ যোৱাতো বাধ্যতামূলক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|