অবশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই কংগ্ৰেছে ঘোষণা কৰিলে ৪০টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা।
অবশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই কংগ্ৰেছে ঘোষণা কৰিলে ৪০টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা।
অবশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই কংগ্ৰেছে ঘোষণা কৰিলে ৪০টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। শনিবাৰে মাজ নিশা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অনুমোদনৰ পিছত ঘোষণা কৰা হয় প্ৰাৰ্থী তালিকা। প্ৰথম পৰ্যায়ৰ ৪০টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ল যদিও নাওবৈছা, ঢকুৱাখনা, তিতাবৰ আদি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পৰা বিৰত থাকে কংগ্ৰেছ নেতৃত্ব।
কংগ্ৰেছে ঘোষণা কৰা ৪০ জনীয়া প্ৰাৰ্থী তালিকাঃ
- ঢেকিয়াজুলি-বেনুধৰ নাথ
- বৰচলা- ৰাম প্ৰসাদ শৰ্মা
- তেজপুৰ- ড০ অনুজ কুমাৰ মেছ
- ৰঙাপাৰা-অভিজিত হাজৰিকা
- চতীয়া- পানেশ্বৰ বসুমতাৰী
- বিশ্বনাথ-অঞ্জন বৰা
- গহপুৰ-ৰিপুণ বৰা
- বটদ্ৰৱা- শিৱামণি বৰা।
- ৰূপহীহাট-নুৰুল হুদা।
- চামগুৰি- ৰকিবুল হুছেইন
- কলিয়াবৰ- প্ৰশান্ত কুমাৰ শইকীয়া।
- গোলাঘাট-বিতোপন শইকীয়া
- খুমটাই- বিস্মিতা গগৈ
- দেৰগাওঁ- বাণী হাজৰিকা।
- যোৰহাট- ৰাণা গোস্বামী।
- মাজুলী- ৰাজীৱ লোচন পেগু।
- মৰিয়নী-ৰূপজ্যোতি কুৰ্মী।
- টিয়ক- পল্লৱী গগৈ।
- আমগুৰি- অংকিতা দত্ত
- নাজিৰা- দেৱব্ৰত শইকীয়া।
- মাহমৰা- সূৰুষ দিহিঙিয়া।
- সোনাৰী- সুশীল কুমাৰ চুৰী।
- থাওৰা- সুশান্ত বৰগোহাঁই।
- শিৱসাগৰ-সুভ্ৰমিত্ৰা গগৈ।
- বিহপুৰীয়া- ভুপেন কুমাৰ বৰা।
- লখিমপুৰ- জয় প্ৰকাশ দাস।
- ধেমাজী- শৈলেন সোণোৱাল।
- জোনাই- হেম হৰি প্ৰসন্ন পেগু।
- মৰাণ-প্ৰাঞ্জল ঘাটোৱাৰ।
- ডিব্ৰুগড়- ৰাজকুমাৰ নীলনেত্ৰ নেওগ।
- লাহোৱাল- মনোজ ধানোৱাৰ।
- দুলীয়াজান- ধ্ৰুৱ গগৈ।
- টিংখাং- এটোৱা মুণ্ডা।
- নাহৰকটীয়া-প্ৰণতি ফুকন।
- চাবুৱা- অজয় ফুকন।
- ডিগবৈ- শিৱনাথ চেতীয়া।
- মাৰ্ঘেৰিটা- মনোৰঞ্জন বৰগোহাঁই।
- ডুমডুমা- দুৰ্গা ভূমিজ।
- শদীয়া- লক্ষিণ চন্দ্ৰ চেতীয়া।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|