
শুকুৰবাৰে চাবুৱাৰ দিনজয়ত অজয় ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোট ভিক্ষা কৰিব সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে।
শুকুৰবাৰে চাবুৱাৰ দিনজয়ত অজয় ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোট ভিক্ষা কৰিব সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে।
চাবুৱা (Chabua) সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ। উজনি অসমৰ এই গুৰুত্বপূৰ্ণ সমষ্টিটোত শাসকীয় মিত্ৰজোঁটৰ দল অসম গণ পৰিষদ (AGP), বিৰোধী মহাজোঁটৰ দল কংগ্ৰেছ (Congress) আৰু ৰাইজৰ দল (Raijor Dal)ৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ’ব। চাবুৱা সমষ্টিৰ বিৰোধী মহাজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ফুকন (Ajay Phukan)ৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে কংগ্ৰেছৰ টিকট বঞ্চিত চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু (Raju Sahu)ৱে।
শুকুৰবাৰে চাবুৱাৰ দিনজয়ত অজয় ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোট ভিক্ষা কৰিব সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে। চাবুৱাত কংগ্ৰেছৰ বিশাল সভাত অংশ লোৱাৰ পিছতেই দিনজয়ৰ বাগানত শ্ৰমিকৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|