প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বোকাখাত, গোলাঘাট, খুমটাই, কলিয়াবৰ, সৰুপথাৰ, দেৰগাঁও, বোকাজান সমষ্টিৰ শাসকীয় প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বোকাখাত, গোলাঘাট, খুমটাই, কলিয়াবৰ, সৰুপথাৰ, দেৰগাঁও, বোকাজান সমষ্টিৰ শাসকীয় প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
গোলাঘাট (Golaghat) জিলাৰ বোকাখাত (Bokakhat)ৰ কমাৰগাঁও মহুৰা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) বিজয় সংকল্প সমাৰোহ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বোকাখাত, গোলাঘাট, খুমটাই, কলিয়াবৰ, সৰুপথাৰ, দেৰগাঁও, বোকাজান সমষ্টিৰ শাসকীয় প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰী অতুল বৰা (Atul Borah)ৰ হৈও প্ৰচাৰ চলাব মোদীয়ে।
ইতিমধ্যে মহুৰা পথাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত।
বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিন, সৰুপথাৰ (Sarupathar)সমষ্টিৰ BJP প্ৰাৰ্থী বিশ্বজিৎ ফুকন, দেৰগাঁৱৰ অগপ প্ৰাৰ্থী ভবেন্দ্ৰ ভৰালীও উপস্থিত সভাত।
সভাত অংশ লৈছে কলিয়াবৰৰ অগপ প্ৰাৰ্থী কেশৱ মহন্ত, খুমটাই বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়েও।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|