
কংগ্ৰেছ দলে প্ৰণৱ কলিতাক কংগ্ৰেছৰ হৈ নিৰ্বাচনত খেলাৰ বাবে প্ৰস্তাৱ দিছিল যদিও প্ৰস্তাৱ গ্ৰহণ নকৰিলে বুলি জানিবলৈ দিয়ে।
কংগ্ৰেছ দলে প্ৰণৱ কলিতাক কংগ্ৰেছৰ হৈ নিৰ্বাচনত খেলাৰ বাবে প্ৰস্তাৱ দিছিল যদিও প্ৰস্তাৱ গ্ৰহণ নকৰিলে বুলি জানিবলৈ দিয়ে।
পলাশবাৰী (Palashbari) সমষ্টিৰ বিজেপিৰ বিধায়ক প্ৰণৱ কলিতা (Pranab Kalita)ই নিৰ্দলীয় প্ৰাৰ্থী হিচাবে যুঁজ দিব বিধানসভা নিৰ্বাচনত। বিজেপিৰ পৰা টিকট লাভ নকৰাত ক্ষোভিত হৈ দুখ প্ৰকাশ কৰে বিধায়ক প্ৰণৱ কলিতাই।
বিজেপি (BJP)ৰ পৰা নিৰ্বাচনী টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবে আগন্তুক বিধানসভা নির্বাচন (Assam Assembly Election 2021)ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পলাশবাৰী সমষ্টিত যুঁজ দিব বুলি জানিবলৈ দিয়ে বিধায়কজনে। কংগ্ৰেছ দলে প্ৰণৱ কলিতাক কংগ্ৰেছৰ হৈ নিৰ্বাচনত খেলাৰ বাবে প্ৰস্তাৱ দিছিল যদিও প্ৰস্তাৱ গ্ৰহণ নকৰিলে বুলি জানিবলৈ দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|