মুখ্যপৃষ্ঠা »খবৰ »অসম »নাজিৰাৰ ব্যৱসায়ীৰ বিশেষ অ'ফাৰ! ভোটদান কৰক আৰু লাভ কৰক ১০ শতাংশ ৰেহাই

নাজিৰাৰ ব্যৱসায়ীৰ বিশেষ অ'ফাৰ! ভোটদান কৰক আৰু লাভ কৰক ১০ শতাংশ ৰেহাই

নৱপ্ৰজন্মক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ নাজিৰাৰ ব্যৱসায়ীৰ বিশেষ পদক্ষেপ ৷ ভোটদাতালৈ বিশেষ অ'ফাৰ ৷ 

  • Share this:
ভোটদান নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ। সুস্থ গণতন্ত্ৰ বৰ্তাই ৰখাৰ স্বাৰ্থত সকলো প্ৰাপ্তবয়স্ক নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰাটো বাঞ্চনীয়। ভাৰতীয় নিৰ্বাচন আয়োগেও ১০০ শতাংশ ভোটদানৰ বাবে লৈ আহিছে বিশেষ ব্যৱস্থা ৷

তাৰ মাজতে নৱপ্ৰজন্মৰ ভোটাৰক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ নাজিৰাৰ এজন যুৱ ব্যৱসায়ীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। নাজিৰা নগৰস্থিত  দেশী ষ্পৰ্টচ নামৰ দোকানখনৰ স্বত্বাধিকাৰী টনভী শ্বাহে ভোটদাতাসকললৈ লৈ আহিছে এক বিশেষ অ'ফাৰ। ভোটদান কৰা প্ৰতিজন গ্ৰাহকক সামগ্ৰী ক্ৰয়ৰ বাবে ১০ শতাংশ ৰেহাইৰ ব্যৱস্থা কৰিছে ৷ ভোটদান কৰি নাজিৰাৰ এই দোকান খনলৈ গ'লে বিভিন্ন খেলৰ সামগ্ৰীত দোকানৰ নিজা ৰেহাৰ উপৰিও আৰু ভোটদানৰ বাবে ১০ শতাংশ ৰেহাই পাব গ্ৰাহক সকলে ৷

শেহতীয়া বাতৰি